মোৰ হাতত কোনো জন্মৰ তাৰিখ প্ৰমাণ নাই। আধাৰত জন্মৰ তাৰিখ কেনেকৈ আপডেট কৰিম?


নামভৰ্তিৰ সময়ত নামভৰ্তি বিচৰা ব্যক্তিৰ জন্মৰ কোনো বৈধ প্ৰমাণ উপলব্ধ নহ’লে আধাৰত DOB ‘ঘোষিত’ বা ‘আনুমানিক’ হিচাপে লিপিবদ্ধ কৰাৰ বিকল্প থাকে। অৱশ্যে আধাৰত DOB আপডেট কৰিবলৈ আধাৰ নম্বৰধাৰীয়ে জন্মৰ বৈধ প্ৰমাণ পত্ৰ দাখিল কৰিব।

ছপাত আধাৰ

View All

আধাৰ টেলিকাষ্ট

View All

সংবাদ বিজ্ঞপ্তি

View All

সংখ্যাত আধাৰ

Aadhaar Generated
Authentication Done