My Aadhaar as
- আধাৰ পঞ্জীকৰণ
আধাৰ প্ৰাপ্তি
আধাৰ ভাৰতৰ প্ৰতিজন আবাসীৰ বাবে
নৱজাত শিশুৰ পৰা জ্যেষ্ঠ নাগৰিকলৈ, সকলোৱে আধাৰত পঞ্জীভুক্ত হ’ব পাৰে
- আধাৰ স্থিতি পৰীক্ষণ
স্থিতি পৰীক্ষণ
অলপতে আধাৰত পঞ্জীকৃত হৈছে নেকি? আধাৰ প্ৰস্তুত হৈছে নেকি পৰীক্ষা কৰক৷ যদি আপুনি পঞ্জীয়ন/উন্নীতকৰণ কেন্দ্ৰত উন্নীতকৰণ কৰিছে তেন্তে ইয়াতো আপুনি উন্নীতকৰণ ঠিকনাটো পৰীক্ষা কৰিব পাৰে৷
- আধাৰ ডাউনলোড
আধাৰ ডাউনলোড
আপোনাৰ আধাৰ নম্বৰ অথবা পঞ্জীয়ন আইডি প্ৰদান কৰি আধাৰৰ ইলেক্ট্ৰ'নিক সংস্কৰণটো ডাউনলোড কৰক৷ ডাউনলোড কৰা আধাৰ প্ৰকৃত আধাৰৰ দৰেই বৈধ৷
- আধাৰ পিভিচি কাৰ্ড অৰ্ডাৰ কৰক
Order Aadhaar PVC Card
Get your Aadhaar PVC card at nominal cost. Order now!
- আধাৰ পিভিচি কাৰ্ডৰ স্থিতি পৰীক্ষা কৰক
Order Aadhaar PVC Card
Get your Aadhaar PVC card at nominal cost. Order now!
- আপোনাৰ আধাৰ আপডেট কৰক
আধাৰ উন্নীতকৰণ
আপোনাৰ আধাৰ সবিশেষ উন্নীতকৰণ কৰি ৰাখক
আপোনাৰ আধাৰ সদায়েই শুদ্ধ তথা উন্নীতকৰণ কৰি ৰখাটো প্ৰয়োজনীয়
- তালিকাভুক্ত/উন্নীতকৰণ কেন্দ্ৰত আধাৰ আপডেট কৰক
আপোনাৰ আধাৰ তথ্য উন্নীতকৰণ কৰক
অলপতে আপোনাৰ নাম অথবা ম’বাইল নম্বৰ পৰিৱৰ্তন কৰিছে নেকি? আপোনাৰ সন্তান ৫ অথবা ১৫ বছৰীয়া হৈছে নেকি? আপুনি নিকটৱৰ্তী পঞ্জীয়ন/উন্নীতকৰণ কেন্দ্ৰত আপোনাৰ আধাৰ বিৱৰণ (ডেম’গ্ৰাফিক আৰু বায়’মেট্ৰিকছ) শুদ্ধ/উন্নীতকৰণ কৰিব পাৰে৷
- আধাৰ আপডেট স্থিতি পৰীক্ষা কৰক
আধাৰ উন্নীতকৰণ স্থিতি পৰীক্ষণ
আধাৰত ঠিকনা উন্নীতকৰণ কৰাৰ বাবে ইতিমধ্যেই অনুৰোধ প্ৰেৰণ কৰিছে নেকি?
- জনগাঁথনিতথ্য আপডেট কৰক আৰু স্থিতি পৰীক্ষা কৰক
আপোনাৰ আধাৰত ঠিকনাৰ উন্নীতকৰণ
আপুনি নতুন চহৰলৈ স্থানান্তৰিত হৈছে নেকি? অথবা শেহতীয়াকৈ আপোনাৰ ঠিকনা পৰিৱৰ্তন কৰিছে নেকি? আপোনাৰ নতুন ঠিকনা আধাৰত উন্নীতকৰণ কৰিবলৈ নাপাহৰিব৷ যদি আপোনাৰ বৈধ ঠিকনাৰ প্ৰমাণ অথবা ঠিকনা বৈধতাকৰণৰ পত্ৰ আছে (যাৰ বৈধ ঠিকনাৰ প্ৰমাণ নাই), তেন্তে আপুনি আপোনাৰ ঠিকনা উন্নীতকৰণ কৰিব পাৰে৷
- আধাৰ উন্নীতকৰণ ইতিহাস
আধাৰ উন্নীতকৰণ ইতিহাস
আপুনি আধাৰত কৰা উন্নীতকৰণৰ সবিশেষ পৰিদৰ্শন কৰিব পাৰে
- আধাৰ সেৱা
আধাৰ সেৱা
আধাৰ গৰাকীৰ বাবে সেৱাৰ শাৰী
নিম্নোক্ত সেৱাসমূহ ব্যৱহাৰ কৰাৰ বাবে আধাৰ পঞ্জীকৃত ম’বাইল নম্বৰ থকাটো প্ৰয়োজনীয়
- ইমেইল/মোবাইল নম্বৰ পৰীক্ষা কৰক
পঞ্জীকৃত ম’বাইল অথবা ইমেইল আইডিৰ বৈধতাকৰণ
আপুনি পঞ্জীয়নৰ সময়ত অথবা শেহতীয়া আধাৰ উন্নীতকৰণৰ সময়ত দিয়া আপোনাৰ ইমেইল ঠিকনা আৰু ম’বাইল নম্বৰ বৈধতাকৰণ কৰিব পাৰে৷
- ভিআইডি প্ৰস্তুত
ভিআইডি প্ৰস্তুত
ভিআইডি হ’ল অস্থায়ী, পুনৰ উদ্ধাৰযোগ্য ১৬টা অংকৰ এক যাদৃচ্ছিক সংখ্যা যি আধাৰ নম্বৰৰ সৈতে সংযোজিত হৈ থাকে৷ ইয়াক প্ৰমাণীকৰণ অথবা ই-কেৱাইচিৰ সময়ত আধাৰ নম্বৰৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব পাৰি৷ ভিআইডিৰ পৰা আধাৰ নম্বৰ আহৰণ কৰিব নোৱাৰি৷
- আধাৰ কাগজবিহীন স্থানীয় ই-কেৱাইচি (Beta)
অফলাইন আধাৰ বৈধতাকৰণ
আধাৰ কাগজবিহীন ই-কেৱাইচি হ’ল এক বিনিময়যোগ্য তথ্য যি যিকোনো আধাৰ নম্বৰৰ গৰাকীয়ে চিনাক্তকৰণৰ অফলাইন বৈধতাকৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰে
- বায়’মেট্ৰিক লক/আনলক
আপোনাৰ বায়’মেট্ৰিক সুৰক্ষিত কৰক
আধাৰ নম্বৰৰ গৰাকীয়ে তেওঁলোকৰ বায়’মেট্ৰিক লক কৰি তেওঁলোকৰ বায়’মেট্ৰিক অনুমোদন সুৰক্ষিত কৰিব পাৰে