Terms & Conditions-as

এই ৱেবছাইটটোৰ ডিজাইন, উন্নীতকৰণ, পৰিচালন আৰু তথ্যসমূহ ভাৰতীয় বিশিষ্ট পৰিচয় প্ৰাধিকৰণ (ইউআইডিএআই)ৰ দ্বাৰা প্ৰদান কৰা হৈছে

যদিও এই ৱেবছাইটটোত সম্বলিত সকলো তথ্য সঠিক আৰু শুদ্ধৰূপত প্ৰদানৰ নিশ্চিতিৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে, তথাপিও ইয়াত উল্লিখিত কোনো বক্তব্যই আইন বা আইনী উদ্দেশ্যত ব্যৱহাৰ কৰা উচিত নহয়৷ যদি কোনো দ্ব্যৰ্থতা বা সন্দেহৰ অৱকাশ হয়, ব্যৱহাৰকাৰীক প্ৰকৃত পেছাদাৰী সমাধান প্ৰাপ্তিৰ বাবে বিভাগ অথবা অন্য উৎসত বৈধতা নিৰূপণ বা পৰীক্ষা কৰি চাবলৈ অনুৰোধ কৰা হ’ল

কোনো পৰিস্থিতিতে এই বিভাগ ৱেবছাইটৰ সংযোগী কোনো খৰচ, ক্ষতি অথবা নষ্ট, পৰোক্ষ অথবা পৰিণামগত ক্ষতি বা নষ্ট অথবা কোনো তথ্যৰ ব্যৱহাৰৰ জৰিয়তে হোৱা ক্ষতি আদিৰ বাবে জগৰীয়া নহয়৷

নিয়ম আৰু চৰ্তাৱলীসমূহ ভাৰতীয় আইন অনুসৰি ইয়াৰ অধীন তথা সৃষ্টি কৰা হৈছে৷ এই নিয়ম আৰু চৰ্তাৱলীত উত্থাপিত যিকোনো বাদানুবাদ ভাৰতীয় ন্যায়ালয়ৰ বিচাৰক্ষেত্ৰৰ অধীন হ’ব