দৃষ্টিকোণ আৰু লক্ষ্য

দৰ্শন

ভাৰতৰ আবাসীক এটা অনন্য পৰিচয় তথা যিকোনো সময়ত প্ৰমাণীকৰণৰ বাবে যিকোনো স্থানত ডিজিটেল প্লেটফ’ৰ্মৰ দ্বাৰা সৱলীকৰণ কৰিবলৈ৷

লক্ষ্য

  • ভাৰতৰ প্ৰতিজন বাসিন্দাক অনন্য পৰিচয় নম্বৰ প্ৰদানৰ জৰিয়তে সুশাসন, সাহায্যৰ কাৰ্যকৰী, স্বচ্ছ আৰু ঈপ্সিত প্ৰদান, সুবিধা আৰু সেৱা, ভাৰতৰ বিত্তীয় পুঁজিৰ পৰা আহৰণ কৰা ব্যয় আদি প্ৰদান কৰা৷
  • পঞ্জীয়ন প্ৰক্ৰিয়াৰ দ্বাৰা ডেম’গ্ৰাফিক আৰু বায়’মেট্ৰিক তথ্য প্ৰদান কৰি আধাৰ নম্বৰৰ বাবে আবেদন কৰা ব্যক্তিক আধাৰ প্ৰদান কৰাৰ বাবে নিয়মাৱলী, প্ৰক্ৰিয়া আৰু ব্যৱস্থাপনা উন্নীতকৰণ কৰা৷
  • আধাৰৰ গৰাকীসকলৰ ডিজিটেল পৰিচয় উন্নীতকৰণ তথা প্ৰমাণীকৰণৰ বাবে নিয়মাৱলী, প্ৰক্ৰিয়া আৰু ব্যৱস্থাপনা উন্নীতকৰণ কৰা৷
  • প্ৰযুক্তি আন্তঃগাঁথনিৰ উপলব্ধতা, কৰ্মক্ষমতা প্ৰসাৰণ আৰু স্থিতিস্থাপকতা নিশ্চিত কৰা৷
  • ইউআইডিএআইৰৰ দৰ্শন আৰু মূল্যবোধ আগুৱাই নিবলৈ দীৰ্ঘ সময়ৰ বাবে বহনক্ষম সংস্থা নিৰ্মাণ কৰা৷
  • ব্যক্তিবিশেষৰ পৰিচয় তথ্য আৰু প্ৰমাণীকৰণৰ তথ্যৰ সুৰক্ষা আৰু গোপনীয়তা নিশ্চিত কৰা৷
  • ব্যক্তিবিশেষে আৰু এজেন্সীত পত্ৰ আৰু উদ্যমৰ দ্বাৰা আধাৰ আইন পালনৰ নিশ্চিত কৰা৷
  • আধাৰ আইনৰ ব্যৱস্থাসমূহ পালন কৰাৰ বাবে আধাৰ আইন অনুসৰি নিয়মাৱলী আৰু নিয়মসমূহ প্ৰণয়ন কৰা৷

মূল্যবোধ

  • আমি সুশাসন প্ৰদান কৰাত বিশ্বাসী৷
  • আমি সংবদ্ধতাক মূল্য প্ৰদান কৰোঁ৷
  • আমি সমাপন ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷
  • আমি আমাৰ সহযোগীৰ প্ৰতি সহযোগিতামূলক আৰু মূল্যবোধৰ আচৰণ প্ৰদৰ্শন কৰোঁ৷
  • আমি আবাসী আৰু সেৱা প্ৰদানকাৰীৰ প্ৰতি উন্নতমানৰ সেৱা আগবঢ়োৱাৰ পক্ষপাতী৷
  • আমি সদায়েই শিক্ষণ আৰু গুণগত উন্নীতকৰণৰ প্ৰতি লক্ষ্য নিৰূপণ কৰিম৷
  • আমি উদ্ভাৱনৰ প্ৰতি সজাগ আৰু আমাৰ সহযোগীক উদ্ভাৱনৰ প্লেটফ’ৰ্ম প্ৰদান কৰিম৷
  • আমি স্বচ্ছ আৰু মুক্ত সংস্থাৰ প্ৰতি বিশ্বাসী৷