Copyright Policy-as

এই ৱেবছাইটত উল্লিখিত তথ্যসমূহ বিনামূলীয়াকৈ অনুলিপি কৰিব পৰা হ’ব৷ সি যিকি নহওক, তথ্যসমূহৰ অনুলিপি যাতে শুদ্ধ ৰূপত হয় তথা ই যাতে মৰ্যাদাহানিকৰ আৰু বিপথগামী উদ্ধৃতিৰূপে ব্যৱহাৰ নহয়৷ এই তথ্যসমূহ ক’ৰবাত প্ৰকাশ তথা অন্যক প্ৰদান কৰিলে উৎস সন্দৰ্ভে জ্ঞাত কৰোৱাটো বাধ্যতামূলক৷ তাৰোপৰি, এই তথ্যৰ অনুলিপি কোনো তৃতীয় পক্ষৰ স্বত্বাধিকাৰৰ আওতালৈ অহাটো চিহ্নিত হোৱাকৈ অন্য তথ্যলৈ বিস্তৃত হ’ব নোৱাৰিব৷ এনে তথ্যৰ অনুলিপিৰ অনুমোদন বিভাগ/স্বত্বাধিকাৰ গৰাকীৰ জ্ঞাতনুসাৰে প্ৰাপ্ত কৰিব লাগিব

ৱেবছাইটত উল্লিখিত তথ্যৰ উদ্ধৃতি পুনৰীক্ষণ, অনুলিপি অথবা অনুবাদ কোনো গৱেষণা বা ব্যক্তিগত অধ্যয়নৰ বাবে ব্যৱহৃত হ’ব পাৰে কিন্তু এয়া বিক্ৰী অথবা ব্যৱসায়িক উদ্দেশ্যৰ বাবে ব্যৱহাৰ হ’ব নোৱাৰিব৷ ৱেবছাইটৰ কোনো তথ্যৰ ব্যৱহাৰ ক্ষেত্ৰত সেই প্ৰৱন্ধ/পৃষ্ঠাত ইউআইডিএআইৰ ইউনিফৰ্ম ৰিছ’ৰ্চ লোকেটৰ (ইউআৰএল)উৎস হিচাপে নিৰ্দেশিত কৰিব লাগিব৷ ৱেবছাইটৰ কোনো বিৱৰণী অংশৰ অনুলিপি বা অনুবাদ, অথবা শৈক্ষিক বা অ-ব্যৱসায়িক উদ্দেশ্যৰ ব্যৱহাৰৰ বাহিৰে লিখনীৰ বাবে স্পষ্ট, আগতীয়া অনুমোদন প্ৰাপ্ত কৰিব লাগিব৷ আবেদন আৰু অনুসন্ধানৰ বাবে ৱেবমাষ্টাৰৰ This email address is being protected from spambots. You need JavaScript enabled to view it.এই ঠিকনাত ই-মেইল কৰিব লাগিব৷