আধাৰৰ তথ্য উন্নীতকৰণ
- তালিকাভুক্ত/উন্নীতকৰণ কেন্দ্ৰত আধাৰ আপডেট কৰক
আপোনাৰ আধাৰ তথ্য উন্নীতকৰণ কৰক
অলপতে আপোনাৰ নাম অথবা ম’বাইল নম্বৰ পৰিৱৰ্তন কৰিছে নেকি? আপোনাৰ সন্তান ৫ অথবা ১৫ বছৰীয়া হৈছে নেকি? আপুনি নিকটৱৰ্তী পঞ্জীয়ন/উন্নীতকৰণ কেন্দ্ৰত আপোনাৰ আধাৰ বিৱৰণ (ডেম’গ্ৰাফিক আৰু বায়’মেট্ৰিকছ) শুদ্ধ/উন্নীতকৰণ কৰিব পাৰে৷
- আধাৰ আপডেট স্থিতি পৰীক্ষা কৰক
আধাৰ উন্নীতকৰণ স্থিতি পৰীক্ষণ
আধাৰত ঠিকনা উন্নীতকৰণ কৰাৰ বাবে ইতিমধ্যেই অনুৰোধ প্ৰেৰণ কৰিছে নেকি?
- জনগাঁথনিতথ্য আপডেট কৰক আৰু স্থিতি পৰীক্ষা কৰক
আপোনাৰ আধাৰত ঠিকনাৰ উন্নীতকৰণ
আপুনি নতুন চহৰলৈ স্থানান্তৰিত হৈছে নেকি? অথবা শেহতীয়াকৈ আপোনাৰ ঠিকনা পৰিৱৰ্তন কৰিছে নেকি? আপোনাৰ নতুন ঠিকনা আধাৰত উন্নীতকৰণ কৰিবলৈ নাপাহৰিব৷ যদি আপোনাৰ বৈধ ঠিকনাৰ প্ৰমাণ অথবা ঠিকনা বৈধতাকৰণৰ পত্ৰ আছে (যাৰ বৈধ ঠিকনাৰ প্ৰমাণ নাই), তেন্তে আপুনি আপোনাৰ ঠিকনা উন্নীতকৰণ কৰিব পাৰে৷
- আধাৰ উন্নীতকৰণ ইতিহাস
আধাৰ উন্নীতকৰণ ইতিহাস
আপুনি আধাৰত কৰা উন্নীতকৰণৰ সবিশেষ পৰিদৰ্শন কৰিব পাৰে