সতৰ্কীকৰণ

এই ৱেবছাইটটো আপোনাৰ বাবে ভাৰতীয় বিশিষ্ট পৰিচয় প্ৰাধিকৰণে (ইউআইডিএআই) প্ৰস্তুত কৰিছে৷ এই ৱেবছাইটটো পৰিদৰ্শন কৰোঁতে আপুনি চৰকাৰ তথা ব্যক্তিগত সংস্থাসমূহৰ লিংক যোগাযোগ লিংক পাব৷ সেই ছাইটসমূহৰ তথ্যসমূহ এই কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্মিত বা পৃষ্ঠাংকন কৰা হোৱা নাই আৰু এয়া বিভাগীয় সংস্থাসমূহৰহে অধীন, যাক কোনো তথ্য বা পৰামৰ্শৰ বাবে যোগাযোগ কৰিব পৰা হ’ব৷