আধাৰ সেৱাসমূহ
- এটা আধাৰ নম্বৰ পৰীক্ষা কৰক
আধাৰ বৈধতাকৰণ
আধাৰ নম্বৰ সেই পৰ্যায়লৈ বৈধতাকৰণ কৰিব পাৰি যেতিয়ালৈ আধাৰ নম্বৰটো বৈধ আৰু সক্ৰিয় হৈ থাকে৷
- ইমেইল/মোবাইল নম্বৰ পৰীক্ষা কৰক
পঞ্জীকৃত ম’বাইল অথবা ইমেইল আইডিৰ বৈধতাকৰণ
আপুনি পঞ্জীয়নৰ সময়ত অথবা শেহতীয়া আধাৰ উন্নীতকৰণৰ সময়ত দিয়া আপোনাৰ ইমেইল ঠিকনা আৰু ম’বাইল নম্বৰ বৈধতাকৰণ কৰিব পাৰে৷
- হেৰুৱা বা পাহৰি যোৱা ইআইডি/ইউআইডি উদ্ধাৰ কৰক
আধাৰ পুনৰুদ্ধাৰ
আপোনাৰ আধাৰ নম্বৰ হেৰাইছে নেকি? আপোনাৰ পঞ্জীকৃত ম’বাইল নম্বৰত ইয়াক পুনৰুদ্ধাৰ কৰক৷
- ভিআইডি প্ৰস্তুত
ভিআইডি প্ৰস্তুত
ভিআইডি হ’ল অস্থায়ী, পুনৰ উদ্ধাৰযোগ্য ১৬টা অংকৰ এক যাদৃচ্ছিক সংখ্যা যি আধাৰ নম্বৰৰ সৈতে সংযোজিত হৈ থাকে৷ ইয়াক প্ৰমাণীকৰণ অথবা ই-কেৱাইচিৰ সময়ত আধাৰ নম্বৰৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব পাৰি৷ ভিআইডিৰ পৰা আধাৰ নম্বৰ আহৰণ কৰিব নোৱাৰি৷
- আধাৰ কাগজবিহীন স্থানীয় ই-কেৱাইচি (Beta)
অফলাইন আধাৰ বৈধতাকৰণ
আধাৰ কাগজবিহীন ই-কেৱাইচি হ’ল এক বিনিময়যোগ্য তথ্য যি যিকোনো আধাৰ নম্বৰৰ গৰাকীয়ে চিনাক্তকৰণৰ অফলাইন বৈধতাকৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰে
- আধাৰ/বেংকিং সংযোগ স্থিতি পৰীক্ষণ
আধাৰ সংযোগীকৰণ স্থিতি
আপোনাৰ আধাৰ আৰু বেংক সংযোগ স্থিতি পৰিদৰ্শন কৰক৷ আধাৰ সংযোগীকৰণ এনপিচিআই ছাৰ্ভাৰৰ পৰা গ্ৰহণ কৰা হয়
- বায়’মেট্ৰিক লক/আনলক
আপোনাৰ বায়’মেট্ৰিক সুৰক্ষিত কৰক
আধাৰ নম্বৰৰ গৰাকীয়ে তেওঁলোকৰ বায়’মেট্ৰিক লক কৰি তেওঁলোকৰ বায়’মেট্ৰিক অনুমোদন সুৰক্ষিত কৰিব পাৰে
- আধাৰ অনুমোদন ইতিহাস
অনুমোদন ইতিহাস
আপোনাৰ আধাৰত ৫০টা পৰ্যন্ত পূৰ্বৰ অনুমোদন লেনদেন পৰিদৰ্শন কৰক
- আধাৰ লক আৰু আনলক সেৱা
- এছএমএছত আধাৰ সেৱা
- আধাৰ তালিকাভুক্তি আৰু আপডেট মূল্য