আধাৰ সেৱা কেন্দ্ৰৰ বাবে সেৱা মাচুল পৃথক নেকি?

নাই, আধাৰ সেৱা কেন্দ্ৰকে ধৰি দেশৰ সকলো আধাৰ কেন্দ্ৰতে আধাৰ সেৱাৰ চাৰ্জ একে ৷
চাৰ্জৰ বাবে অনুগ্ৰহ কৰি চাওক : https://uidai.gov.in/images/Aadhaar_Enrolment_and_Update_-_English.pdf