এমআধাৰ আৰু মাইআধাৰৰ মাজত পাৰ্থক্য কি?

এমআধাৰ হৈছে এণ্ড্ৰইড বা আই.ও.এছ.-ত স্মাৰ্টফোনৰ বাবে মোবাইল আধাৰিত এপ্লিকেচন, আনহাতে মাইআধাৰ হৈছে এক লগইন আধাৰিত পৰ্টেল য'ত আৱাসীয়ে আধাৰ আধাৰিত অনলাইন সেৱাৰ এৰে লাভ কৰিব পাৰে।