যদি কোনো আধাৰ নম্বৰধাৰীয়ে ভিআইডি পাহৰি যায় তেন্তে কি হ’ব?তেওঁ/তাই পুনৰ লাভ কৰিব পাৰিবনে?

হয়, ইউআইডিএআইএ নতুন আৰু/বা বৰ্তমানৰ ভিআইডি সৃষ্টি কৰাৰ একাধিক উপায় প্ৰদান কৰে। এই বিকল্পসমূহ ইউআইডিএআইৰ ৱেবছাইট (www.myaadhaar.uidai.gov.in), ইআধাৰ, mAadhaar মোবাইল এপ্লিকেচন, এছএমএছ আদিৰ জৰিয়তে উপলব্ধ কৰা হৈছে। ভিআইডি উদ্ধাৰৰ বাবে আধাৰ নম্বৰ ধাৰীয়ে আধাৰ হেল্পলাইন নম্বৰ ১৯৪৭ লৈ এছএমএছ প্ৰেৰণ কৰিব পাৰিব।আৱাসীয়ে “আধাৰ নম্বৰৰ আৰভিআইডি শেষ ৪ সংখ্যা” টাইপ কৰি পঞ্জীয়নভুক্ত মোবাইল নম্বৰৰ জৰিয়তে ১৯৪৭ লৈ প্ৰেৰণ কৰিব লাগিব।