অ’টিপি বা বায়’মেট্ৰিক্স বা জনগাঁথনি প্ৰমাণীকৰণৰ বাবে ভিআইডি ব্যৱহাৰ কৰিব পাৰিনে?

 হয়. আধাৰ নম্বৰৰ সলনি ভিআইডি ব্যৱহাৰ কৰি আধাৰ প্ৰমাণীকৰণ সম্পন্ন কৰিব পাৰি।