ভিআইডি ৰ ম্যাদ উকলি যোৱাৰ সময় কিমান?

 ভিআইডি ৰ বাবে কোনো ম্যাদ উকলি যোৱাৰ সময় নিৰ্ধাৰণ কৰা হোৱা নাই। আধাৰ নম্বৰধাৰীয়ে নতুন ভিআইডি সৃষ্টি নকৰালৈকে ভিআইডি বৈধ হ’ব।