আধাৰ প্ৰাপ্ত কৰাটো বাধ্যতামূলক হ'বনে?

আধাৰৰ বাবে যোগ্য আৱাসীসকলে আধাৰ আইন আৰু ইয়াৰ অধীনত প্ৰস্তুত কৰা নিয়মাৱলীঅনুসৰি আধাৰৰ বাবে আবেদন কৰিব পাৰে। একেদৰে, লাভালাভ আৰু সেৱা প্ৰদান কৰা সংস্থাবোৰে তেওঁলোকৰ প্ৰণালীত আধাৰ ব্যৱহাৰ কৰিবলৈ বাছনি কৰিব পাৰে আৰু তেওঁলোকৰ হিতাধিকাৰী বা গ্ৰাহকে এই সেৱাবোৰৰ বাবে তেওঁলোকৰ আধাৰ প্ৰদান কৰিব লাগিব পাৰে।"