এজন এনআৰআইয়ে আধাৰৰ বাবে আবেদন কৰিব পাৰিবনে?

 

হয়। বৈধ ভাৰতীয় পাছপোৰ্ট থকা এজন এনআৰআইয়ে (সৰু হওঁক বা প্ৰাপ্তবয়স্ক) যিকোনো আধাৰ নামভৰ্তি কেন্দ্ৰৰ পৰা আধাৰৰ বাবে আবেদন কৰিব পাৰে। অনাবাসী ভাৰতীয়ৰ ক্ষেত্ৰত ১৮২ দিনৰ আৱাসিক অৱস্থা বাধ্যতামূলক নহয়।