আৱাসী বিদেশী নাগৰিকৰ বাবে HoF ভিত্তিক আপডেট ৰ অনুমতি আছেনে?

হয়, আৱাসী বিদেশী নাগৰিকৰ বাবে HoF ভিত্তিক ঠিকনাৰ আপডেটৰ অধীনত আবেদনকাৰী (মাতৃ, পিতৃ, পত্নী, ৱাৰ্ড/শিশু, আইনী অভিভাৱক, ভাই-ভনী)ৰ সৈতে সম্পৰ্কৰ বাবে ঠিকনা আপডেট কৰিব পাৰি।