যেতিয়া আপুনি কয় যে বিশেষ এটা ভাষা সমৰ্থিত হয় ইয়াৰ দ্বাৰা আপুনি কি বুজায়?
এটা স্থানীয় ভাষা সমৰ্থন কৰাৰ অৰ্থ হ'ল:
স্থানীয় ভাষাত তথ্য প্ৰৱেশ
ইংৰাজী ভাষাৰ তথ্যৰ স্থানীয় ভাষালৈ লিপিবদ্ধ কৰা
চফ্টৱেৰত স্থানীয় ভাষাত লেবেলসমূহ (পৰ্দাত)
প্ৰিন্ট ৰচিদত স্থানীয় ভাষাত লেবেল
স্থানীয় ভাষাত নামভৰ্তিৰ পূৰ্বে তথ্য আমদানি (আগন্তুক)