Filters

আপোনাৰ আধাৰ

মোৰ বেঙ্ক একাউণ্ট, পেন আৰু অন্যান্য সেৱাবোৰ আধাৰৰ সৈতে লিংক কৰিলে মোক অসুৰক্ষিত কৰি তোলে নেকি?keyboard_arrow_down
কিয় মোক আধাৰেৰে বেংক একাউণ্ট, ডেমাট একাউণ্ট, পেন আৰু অন্যান্য বিভিন্ন সেৱাৰ ভেৰিফাই কৰিবলৈ কোৱা হয়?keyboard_arrow_down
এজন প্ৰৱঞ্চকে মোৰ আধাৰ লিংক কৰা বেংক একাউণ্টৰ পৰা টকা উলিয়াব পাৰিবনে যদি তেওঁ মোৰ আধাৰ নম্বৰ জানে বা মোৰ আধাৰ কাৰ্ড আছে? কোনো আধাৰ ধাৰকে ছদ্মবেশ বা অপব্যৱহাৰৰ বাবে কোনো বিত্তীয় বা আন লোকচান বা পৰিচয় চুৰিৰ সন্মুখীন হৈছে নেকি?keyboard_arrow_down
বহু সংস্থাই কেৱল আধাৰৰ ভৌতিক কপি গ্ৰহণ কৰি কোনো ধৰণৰ বায়’মেট্ৰিক বা অ’টিপি প্ৰমাণীকৰণ বা পৰীক্ষণ নকৰে। এইটো এটা ভাল অভ্যাস নেকি?keyboard_arrow_down
মই মোৰ পৰিচয় প্ৰমাণ কৰাৰ বাবে এজন সেৱা প্ৰদানকাৰীক মোৰ আধাৰ কাৰ্ড দিছিলো। মোৰ আধাৰ নম্বৰ টো জানি আৰু অপব্যৱহাৰ কৰি কোনোবাই মোক ক্ষতি কৰিব পাৰিবনে?keyboard_arrow_down
যদি পৰিচয় প্ৰমাণৰ বাবে আধাৰ মুক্তভাৱে ব্যৱহাৰ কৰিবলগীয়া হয় আৰু সেয়া কৰাটো নিৰাপদ, তেন্তে ইউআইডিএআইয়ে কিয় লোকসকলক তেওঁলোকৰ আধাৰ নম্বৰ Social Media বা ৰাজহুৱা ডমেইনত নাৰাখিবলৈ পৰামৰ্শ দিছে?keyboard_arrow_down
শেহতীয়াকৈ ইউআইডিএআইয়ে এক পৰামৰ্শ জাৰি কৰি জনসাধাৰণক ৰাজহুৱা ডমেইনত বিশেষকৈ ছ’চিয়েল মিডিয়া বা অন্যান্য ৰাজহুৱা মঞ্চত নিজৰ আধাৰ নম্বৰ মুকলিকৈ শ্বেয়াৰ নকৰিবলৈ অনুৰোধ জনাইছে। ইয়াৰ অৰ্থ এইটো নেকি যে মই মুক্তভাৱে আধাৰ ব্যৱহাৰ কৰিব নালাগে?keyboard_arrow_down
মোৰ আধাৰৰ সবিশেষ কেনেকৈ আপডেট কৰিব পাৰিম?keyboard_arrow_down
এমআধাৰ আৰু মাইআধাৰৰ মাজত পাৰ্থক্য কি?keyboard_arrow_down
মাইআধাৰ পৰ্টেল কি ?keyboard_arrow_down
মাইআধাৰ পৰ্টেলত কেনেকৈ লগইন কৰিব ?keyboard_arrow_down
মই পঞ্জীভুক্ত ম'বাইল নম্বৰ অবিহনে মাইআধাৰ পৰ্টেল ব্যৱহাৰ কৰিব পাৰোনে?keyboard_arrow_down
মাইআধাৰ পৰ্টেলৰ কি লাভ?keyboard_arrow_down