Filters

আধাৰ পত্ৰ

মই মোৰ আধাৰ শেহতীয়াকৈ আপডেট কৰিলোঁ । কিন্ত্ত, মেনুৱেল চেকত থকা বুলি দেখুৱালে । কেতিয়ালৈ আপডেট হ’ব ?keyboard_arrow_down
মই মোৰ আধৰ শেহতীয়াকৈ আপডেট কৰিলোঁ । আপুনি সোনকালে প্ৰদান কৰিব পাৰেনে ? মোৰ জৰুৰী প্ৰয়োজন হৈছিল ?keyboard_arrow_down
মই পূৰ্বতে আধাৰৰ বাবে আবেদন কৰিছিলোঁ কিন্ত্ত নেপালোঁ । যদি মই পুনৰ আবেদন কৰো কেতিয়ালৈ আধাৰ পাম ?keyboard_arrow_down
মই আধাৰৰ সৈতে পেন কেনেদৰে সংযোগ কৰিম?keyboard_arrow_down
আধাৰ পিভিচি কাৰ্ড কি? ই কাগজ-আধাৰিত লেমিনেটেড আধাৰ পত্ৰৰ সমান নেকি?keyboard_arrow_down
যদি আধাৰ পত্ৰ এজন আৱাসীক প্ৰদান কৰা নহয় তেন্তে কি হ'ব?keyboard_arrow_down
আধাৰ নম্বৰধাৰীয়ে যদি নিজৰ আধাৰ নম্বৰ ভুলকৈ ৰাখে তেন্তে কি হ'ব?keyboard_arrow_down