আৱাসী বিদেশী নাগৰিকক দিয়া আধাৰ আজীৱন বৈধ হ'ব নেকি ?

নহয়, আৱাসী বিদেশী নাগৰিকক প্ৰদান কৰা আধাৰৰ বৈধ হ’ব:
১/ ভিছা/পাছপৰ্টৰ বৈধতা।
২/ অ'চিআই কাৰ্ডধাৰী আৰু নেপাল আৰু ভূটানৰ নাগৰিকৰ ক্ষেত্ৰত তালিকাভুক্তৰ তাৰিখৰ পৰা ১০ বছৰ বৈধতা হ'ব।"