Filters

আৱাসী সকলৰ বাবে

মুখ প্ৰমাণীকৰণ কি?keyboard_arrow_down
মুখচিনাক্তকৰণ কি?keyboard_arrow_down
আধাৰ প্ৰমাণীকৰণ কি?keyboard_arrow_down
মই কেতিয়া প্ৰমাণীকৰণ কৰা প্ৰয়োজন হ’ব ?keyboard_arrow_down
আধাৰ প্ৰমাণীকৰণৰ লাভসমূহ কি কি ?keyboard_arrow_down
যদি আধাৰ নম্বৰৰ বিপৰীতে কোনো আবাসীৰ প্ৰমাণীকৰণ কৰা হ’লে তেওঁক জনোৱাৰ কোনো ব্যৱস্থা আছে নেকি ?keyboard_arrow_down
মই নিজকে প্ৰমাণীকৰণ নকৰা স্বত্বেও প্ৰমাণীকৰণৰ এক জাননী প্ৰাপ্ত কৰিছোঁ৷ মই কাক অৱগত কৰিম ?keyboard_arrow_down
মই কেৱল বুঢ়া আঙুলিৰ চাপেৰে প্ৰমাণীকৰণ কৰা প্ৰয়োজন হ’ব নেকি?keyboard_arrow_down
আধাৰ নম্বৰৰ সৈতে মই আঙুলিৰ চাপ প্ৰদান কৰা স্বত্বেও যদি প্ৰমাণীকৰণ অনুৰোধ ব্যৰ্থ হয় তেতিয়া কি কৰিম?keyboard_arrow_down
যদি মোৰ আধাৰ প্ৰমাণীকৰণ অনুৰোধ অগ্ৰাহ্য হয় তেন্তে মই সুবিধাসমূহ (ৰেচন, এনআৰইজিএ, চাকৰি ইত্যাদি)ৰ পৰা বঞ্চিত হ’ম নেকি?keyboard_arrow_down
যদি মোৰ আঙুলিৰ চাপ নোহোৱা হৈছে/অথবা মোৰ আঙুলি নাই, মই প্ৰমাণীকৰণ কিদৰে কৰিম ?keyboard_arrow_down
অ’টিপিৰ বাবে মই কেনেদৰে অনুৰোধ কৰিম ?keyboard_arrow_down