Filters
যদি মই ইতিমধ্যে মোৰ লিংগ/জন্ম তাৰিখ আৰু নাম সলনিৰ সীমাত উপনীত হৈছো আৰু আন এটা সংশোধনৰ প্ৰয়োজন হৈছে তেন্তে মই কি কৰিম? keyboard_arrow_down
আধাৰ সবিশেষ আপডেট কৰিবলৈ কিমান সময় লাগে? keyboard_arrow_down
বিদেশী নাগৰিকে আধাৰত তেওঁলোকৰ জনগাঁথনি/বায়'মেট্ৰিক তথ্য আপডেট কৰিব পাৰিবনে?keyboard_arrow_down
আৱাসী বিদেশী নাগৰিকৰ বাবে HoF ভিত্তিক আপডেট ৰ অনুমতি আছেনে?keyboard_arrow_down
মোৰ মূল তালিকাভুক্ত কৰা ঠাইত আপডেচনৰ বাবে একেটা তালিকাভুক্ত কেন্দ্ৰলৈ যাব লাগিবনে?keyboard_arrow_down
আপডেটৰ পিছত মোৰ আধাৰ নম্বৰ সলনি হ'বনেকি?keyboard_arrow_down
সীমা অতিক্ৰম হোৱাৰ বাবে লিংগ আপডেটৰ বাবে কৰা মোৰ অনুৰোধ নাকচ কৰা হ'ল, মই মোৰ লিংগ কেনেকৈ আপডেট কৰিব পাৰো?keyboard_arrow_down
সীমা অতিক্ৰম হোৱাৰ বাবে নাম আপডেটৰ বাবে কৰা মোৰ অনুৰোধ নাকচ হ'ল, মই মোৰ নাম কেনেকৈ আপডেট কৰিব পাৰো?keyboard_arrow_down
মোৰ আধাৰ পত্ৰখন আপডেট কৰাৰ পিছত অনলাইনত ডাউনলোড কৰিব পাৰিমনে?keyboard_arrow_down
মই আধাৰত বায়োমেট্ৰিক (ফিংগাৰপ্ৰিণ্ট/ আইৰিছ/ফটোগ্ৰাফ) আপডেট কৰিব পাৰোনে?keyboard_arrow_down
ভাৰতৰ যিকোনো ঠাইৰ পৰা আধাৰৰ বাবে নাম ভৰ্তি কৰিব পাৰিবনে?keyboard_arrow_down
আধাৰ তালিকাভুক্ত কেন্দ্ৰত উন্নীতকৰণৰ বাবে মূল নথি-পত্ৰ আনিব লাগিব নেকি?"keyboard_arrow_down
অনুৰোধ দাখিল কৰিলে জনগাঁথনিগত তথ্যৰ আপডেটৰ নিশ্চয়তা দিয়া হয়নে?keyboard_arrow_down
একেটা মোবাইল নম্বৰৰ সৈতে কিমানটা আধাৰ লিংক কৰিব পাৰি?keyboard_arrow_down
আধাৰত আপডেচন পাবলৈ কিমান সময় লাগে?keyboard_arrow_down
মই মোৰ ম'বাইল নম্বৰ হেৰুৱাইছো/ মই আধাৰৰ সৈতে নামভৰ্তি কৰা নম্বৰটো নাই। মই মোৰ আপডেট অনুৰোধ কেনেদৰে দাখিল কৰা উচিত? মই ইয়াক অনলাইন আপডেট কৰিব পাৰো নেকি?keyboard_arrow_down
আধাৰৰ সবিশেষ আপডেচনৰ বাবে কিবা মাচুল জড়িত আছে নেকি?keyboard_arrow_down
কোনো আপডেচনৰ পিছত আকৌ আধাৰ চিঠিখন পাম নেকি?keyboard_arrow_down
আধাৰৰ বিৱৰণত আপডেট দিয়াৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন?keyboard_arrow_down
আধাৰ তালিকাভুক্ত কেন্দ্ৰত কি কি সবিশেষ আপডেট কৰাব পাৰিম?keyboard_arrow_down
ভাৰতীয় খ্ৰীষ্টান বিবাহ আইন, ১৮৭২ৰ ধাৰা ৭ৰ অধীনত নিযুক্তি দিয়া খ্ৰীষ্টান বিবাহ পঞ্জীয়কে যথাযথভাৱে কাউণ্টাৰ-চহী কৰা চাৰ্চে ফটোগ্ৰাফ থকা বিবাহৰ প্ৰমাণ পত্ৰখন আধাৰ তালিকাভুক্ত আৰু আপডেটৰ উদ্দেশ্যে বৈধ PoI/PoR নথিপত্ৰ নেকি?keyboard_arrow_down
মোবাইল নম্বৰ বা ইমেইল আইডি আপডেট কৰাৰ পিছত আধাৰ ডেলিভাৰী হবনে?keyboard_arrow_down
মই মোৰ ম'বাইল নম্বৰ ক'ত আপডেট কৰিব পাৰো?keyboard_arrow_down
সকলো ক্ষেত্ৰ একে আঞ্চলিক ভাষাত প্ৰদৰ্শন কৰিবলৈ আধাৰত মোৰ আঞ্চলিক ভাষা আপডেট কৰাৰ কোনো ব্যৱস্থা উপলব্ধ আছে নেকি?keyboard_arrow_down
আধাৰ নামভৰ্তি আৰু আপডেট কেন্দ্ৰত এজন প্ৰমাণীকৰণকাৰীৰ ভূমিকা আৰু দায়িত্ব কি?keyboard_arrow_down
আধাৰ নামভৰ্তি আৰু আপডেট কেন্দ্ৰত এজন অপাৰেটৰৰ ভূমিকা আৰু দায়িত্ব কি?keyboard_arrow_down
সঠিক দস্তাবেজ অবিহনে ব্যক্তিসকলক আধাৰৰ বাবে নাম ভৰ্তি কৰাৰ অনুমতি দিব পাৰিবনে?keyboard_arrow_down
প্ৰমাণীকৰণৰ বাবে ইউআইডিএআই নিৰ্দেশনাবোৰ কি কি যিবোৰ প্ৰমাণীকৰণকাৰীয়ে নথিপত্ৰসমূহ পৰীক্ষা কৰোঁতে মনত ৰাখিব লাগিব?keyboard_arrow_down
ভেৰিফায়াৰ এজনৰ দায়িত্ববোৰ কি?keyboard_arrow_down
চুপাৰভাইজাৰ কোন আৰু তেওঁৰ অৰ্হতা কি?keyboard_arrow_down
ইউআইডিএআইৰ ডকুমেণ্ট স্কেনিং নিৰ্দেশনাবোৰ কি?keyboard_arrow_down
আবেদনকাৰীৰ জনগাঁথনি আৰু বায়োমেট্ৰিক তথ্য সংগ্ৰহ কৰাৰ পিছত অপাৰেটৰে কি কৰে?keyboard_arrow_down
অপাৰেটৰে আবেদনকাৰীৰ সৈতে ডাটা কেনেদৰে সমীক্ষা কৰে?keyboard_arrow_down
বায়োমেট্ৰিক ডাটা কেপচাৰৰ বাবে ইউআইডিএআই নিৰ্দেশনাবোৰ কি?keyboard_arrow_down
জনগাঁথনিমূলক তথ্য কেপচাৰৰ বাবে ইউআইডিএআই নিৰ্দেশনাবোৰ কি?keyboard_arrow_down
এজন অপাৰেটৰ কোন আৰু তেওঁৰ অৰ্হতা কি?keyboard_arrow_down
ই.এ.-ক নামভৰ্তিৰ কাম উপ-চুক্তিকৰাৰ অনুমতি দিয়া হৈছে নেকি?keyboard_arrow_down
নামভৰ্তি সংস্থা (ই.এ.) কোন?keyboard_arrow_down
পঞ্জীয়ক কোন?keyboard_arrow_down
৫ বছৰৰ তলৰ শিশুৰ নামভৰ্তিৰ পদ্ধতি কি (ৰেচিডেণ্ট ইণ্ডিয়ান/এন আৰ আই)?keyboard_arrow_down
এইচ অ'এফত নামভৰ্তিৰ বাবে ইউআইডিএআইয়ে অনুসৰণ কৰিবলগীয়া প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰিছে নেকি?keyboard_arrow_down
নামভৰ্তিৰ পিছত মোৰ আধাৰ জেনেৰেট কৰিবলৈ কিমান সময় লাগে?keyboard_arrow_down
অন্যধৰণে সক্ষম আৰু যিবোৰ লোকৰ আঙুলি নাই অথবা শুকান হাত যেতে বিড়ি বনোৱা কৰ্মী অথবা আঙুলি নোহোৱা ব্যক্তিৰ কিদৰে বায়’মেট্ৰিক তথ্য গ্ৰহণ কৰা হয় ?keyboard_arrow_down
ডাটাবেছত কোনটো ভাষা ব্যৱহাৰ হয়? কোনটো ভাষাত প্ৰমাণীকৰণ সেৱা প্ৰদান কৰা হয়? ইউআইডিএআই আৰু আবাসীৰ মাজত কোনটো ভাষাত ভাৱ বিনিময় হয়?keyboard_arrow_down
প্ৰাক্-পঞ্জীকৃত তথ্যসমূহ মই কিদৰে স্থানীয় ভাষালৈ ইম্পোৰ্ট কৰিব পাৰিম?keyboard_arrow_down
ভাৰতীয় ভাষা অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা সাধাৰণ সমস্যাসমূহ কি কি?keyboard_arrow_down
তথ্য অন্তৰ্ভুক্তিৰ বাবে স্থানীয় ভাষাক কিদৰে প্ৰাথমিক উৎস হিচাপে স্থাপন কৰিম ?keyboard_arrow_down
এটা নামভৰ্তি কেন্দ্ৰত নামভৰ্তিৰ বাবে কোনবোৰ ভাষা সমৰ্থিত?keyboard_arrow_down
যেতিয়া আপুনি কয় যে বিশেষ এটা ভাষা সমৰ্থিত হয় ইয়াৰ দ্বাৰা আপুনি কি বুজায়?keyboard_arrow_down
স্থানীয় ভাষাত মই কিদৰে তথ্য অন্তৰ্ভুক্ত কৰিম ?keyboard_arrow_down